ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 2, 2025 9:45 AM | Dr. S Jaishankar

printer

কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

● বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তিনি-দিনীয়া ভ্রমণসূচীৰে সোমবাৰে কাৰ্টাৰত উপস্থিত হোৱা ড০ জয়শংকৰৰ এয়া এই বছৰৰ প্ৰথম কূটনৈতিক

আলোচনা আছিল। বিদেশ মন্ত্ৰীগৰাকীৰ এই যাত্ৰাই ৰাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি, সুৰক্ষা, সংস্কৃতি আৰু জনসম্পৰ্কৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰে।