আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ পুৱা ৭ বাজি ৫৫ মিনিটৰ পৰা ৫ মিনিটৰ এখন নতুন বুলেটিন প্ৰচাৰ কৰিব। কাইলৈ শিক্ষক দিৱসৰ পৰাই ডিব্ৰুগড় আৰু কাষৰীয়া জিলাসমূহৰ শ্ৰোতাসকলৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই এই বুলেটিন প্ৰচাৰ কৰা হ’ব।
Site Admin | September 4, 2024 6:53 PM | New Bulletin
কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নতুন বুলেটিন প্ৰচাৰ
