ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীকত’ আজি নিশা ৯.৩০ বজাত গ্ৰীষ্মৰ দিনত সুৰক্ষিতভাৱে থকা সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড° আৰ কে জেনামানি আৰু লেডী হার্ডিঞ্জ চিকিৎ‍সা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ড° অনুপম প্রকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত গ্ৰীষ্মজনিত ৰোগৰ সমস্যা আৰু ইয়াৰ চিকিৎসা সম্বন্ধে ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যম এক্সত, হেছটেগ AskAir ৰ জৰিয়তেও প্ৰশ্ন সুধিব পাৰিব।