ডাউনলোড
মোবাইল এপ

android apple
signal

আজি দিনৰ ২.৩০ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব

আজি দিনৰ ২.৩০ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব। ইয়াৰ পাছত তিনিওখন ৰথত ঘোঁৰা যুটি দিয়া হ’ব। বিয়লি ৪ বজাত ৰথ টনাৰ পৰম্পৰা আৰম্ভ হ’ব। হাজাৰ হাজাৰ তীর্থযাত্রীয়ে কালি সন্ধিয়া শ্ৰীগুন্দিছা মন্দিৰত সন্ধ্যা দৰ্শন অনুষ্ঠানত দেৱতাকেইগৰাকীক দৰ্শন কৰে। যোৱা ২৯ জুনত শ্ৰীগুন্দিছা মন্দিৰৰ সমীপত হেঁচা-ঠেলা ঘটনাত পদপিষ্ট হৈ তিনিজন লোকে প্ৰাণ হেৰুওৱা আৰু কেইবাজনো আহত হোৱালৈ চাই বহুড়া যাত্ৰাৰ বাবে ব্যাপক সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক