ডাউনলোড
মোবাইল এপ

android apple
signal

অসম আৰক্ষীৰ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত

অসম আৰক্ষীয়ে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। অভিযানৰ অংশ হিচাপে গোলাঘাট জিলাত ৭০জনতকৈও অধিক সন্দেহজনক লোকক আটক কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছে। ইয়াৰ ৪০গৰাকী লোকক নিশা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা অন্য স্থানলৈ নিয়াৰ তথ্য লাভ কৰা হৈছে। গোলাঘাট আৰক্ষীয়ে মেৰাপানী, নুমলীগড়, সৰুপথাৰ, উৰিয়ামঘাট, শালমৰাটুপ আদি বিভিন্ন অঞ্চলৰ পৰা সন্দেহজনক লোকক আটক কৰে।

অধিক পঢ়ক

সকলো চাওক