ডাউনলোড
মোবাইল এপ

android apple
signal

অমৰনাথ যাত্ৰাৰ বাবে তীর্থযাত্ৰীসকলক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব

অহা ৩ জুলাইত আৰম্ভ হ’বলগীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে তীর্থযাত্ৰীসকলক সুৰক্ষা দিবলৈ কেন্দ্ৰীয় চৰকাৰে অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটক দায়িত্ব দিছে। মুঠ ৫৮১ টা অৰ্ধসামৰিক বাহিনীৰ গোটে জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-কাশ্মীৰ প্ৰশাসন আৰু আৰক্ষীক ১৫৬-চি এ পি এফ কোম্পানীক উক্ত অঞ্চলত সুৰক্ষা দিয়াৰ বাবে ইতিমধ্যে নিয়োজিত কৰিছে। এই সুৰক্ষা কৰ্মীসকলে বেলতল আৰু পেহেলগাম পথেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিব।